the other daythe then

the passive (English) [ IPA: ðə ˈpæsɪv ASM: ডা পেচিভ]
Contributed by: Partha P Sarmah on 2008-08-12
1. (Abstract Noun) (in a sentence) the form a verb takes when the subject of a sentence is affected by the action of the verb or when the action is more important than the actor/doer of the action or it is not necessary to mention the subject/doer of the action. যদিহে (বাক্যৰ) কৰ্মই কৰ্তাক প্ৰভাৱান্বিত কৰে বা কৰ্তাতকৈ কৰ্মৰ গুৰুত্ব অধিক, বা কৰ্তাক উল্লেখ নকৰিলেও হয়, তেনেক্ষেত্ৰত ক্ৰিয়াপদে এইবিলাক দেখুৱাই লোৱা এটা ৰূপ৷ যেনেঃ গাড়ীখন মেৰামতি কৰা হ’ল৷ অপৰাধী মন্ত্ৰীটোক গ্ৰেপ্তাৰ কৰা হ’ল৷